হাইকু(১৫)
কাঁচলী দাপোণ
ফুল বসন্ত
প্ৰভাতী পক্ষীৰেণু
চোতাল ভৰা
----
মুঠি কঠীয়া
শাওনী পথাৰ ৰং
জীৱন ডিঙা
----
শেৱালি ভৰা
মম গলা শুভ্ৰতা
দুবৰি বন
----
পদূলি মুখ
তুলসী তলে বন্তি
লখিমী সন্ধ্যা
----
নিয়ৰ-কণা
কাঁচিয়লী ৰ’দত
সপ্ন ধৰণী
----
প্ৰাণ বাঁহিটি
কৃষ্ণচূড়া দাপোণ
ফাগুন সূৰ
প্ৰভাতী পক্ষীৰেণু
চোতাল ভৰা
----
মুঠি কঠীয়া
শাওনী পথাৰ ৰং
জীৱন ডিঙা
----
শেৱালি ভৰা
মম গলা শুভ্ৰতা
দুবৰি বন
----
পদূলি মুখ
তুলসী তলে বন্তি
লখিমী সন্ধ্যা
----
নিয়ৰ-কণা
কাঁচিয়লী ৰ’দত
সপ্ন ধৰণী
----
প্ৰাণ বাঁহিটি
কৃষ্ণচূড়া দাপোণ
ফাগুন সূৰ
কবি:
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment