Wednesday, 19 April 2017

হেঁপাহ



**হেঁপাহ **

পাহাৰটোৰ ওপৰত
ডাৱৰ ভাঁহিলে,
অন্ধকূপত ডুবগ'
পাহাৰৰ সৰু জুৰিটিও,
দুষ্ট দৰিকণাটোৰো
উজাই জাঁপ ;
তাৰ হেনো
পোহৰক চোৱাৰ হেঁপাহ ৷
কবি:-
ৰ্ণৱ জ্যোতি মহন্ত

No comments:

Post a Comment