Monday, 24 April 2017

নৈ পৰীয়া সাধুঃ



অনুৰণনঃ (মাইক্র'কাহিনী)
(
বসুধা দিবস উপলক্ষে ...)
নৈ পৰীয়া সাধুঃ
বেলি ডুবাৰ পৰত মাছমৰীয়া পৰিয়ালটো ঘৰমুৱা ঘাটলে আহিল। দেখিলে চিনাকি ঘাটটো নাই! নিশাটো সিহঁতে নাওতেই কটালে।
এজাক মৃত চৰাই, এটা শিহুৰ শৱ, জ্বলি যোৱা এখন ঘাঁহনি আৰু ভজা গাহৰিৰ টুকুৰাৰ মাজেৰে চকুপানীৰ পৰিয়ালটো আন এটা ঘাটলে' ওলাল, 'ত কোনো 'ৰিভাৰ ফেষ্টিভেল' নহয়।
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment