'ডাক-বঙলা '
পৰিচালকে কৈছে ' ডাক-বঙলা' বোলছবিত
কিবা মনিটৰ হৈছে মিনি বজাৰৰ বাকছবোৰৰ
গৰম মছলা পেকে'জৰ জুই -ছাই দাম
কিবা মনিটৰ হৈছে মিনি বজাৰৰ বাকছবোৰৰ
গৰম মছলা পেকে'জৰ জুই -ছাই দাম
আৰৈ চাউলৰ জলপান , একশৰণ ভেজাল
সকাম-নিকামেৰে সকাহ বিচাৰি
ইজ্জৎতত নাক কোঁচাই ,মৰ টোপনিত আৱৰ্ত বাসী
সকাম-নিকামেৰে সকাহ বিচাৰি
ইজ্জৎতত নাক কোঁচাই ,মৰ টোপনিত আৱৰ্ত বাসী
মেডেল বিচাৰি
মুৰ্দাবাদ বুলি লাট চাহাবে
লাল বাটি আৰু মেজিক মেনেজাৰক শিকনি
গৰম মছলা পেকে'জ, ছল বল চৰকাৰী আলমাৰি
লাল বাটি আৰু মেজিক মেনেজাৰক শিকনি
গৰম মছলা পেকে'জ, ছল বল চৰকাৰী আলমাৰি
এই শ্ৰুতলিপি এ'কচক্ল-চিভ বুলি লাখৰ-বাখৰ চা
উৰালত চাউলৰ ওকালতি, আৱৰ্ত ভৱনৰ ভৱিষ্যত
শামুকৰ শুকান খোলত সোন বিচাৰি বেদখলকাৰী
উৰালত চাউলৰ ওকালতি, আৱৰ্ত ভৱনৰ ভৱিষ্যত
শামুকৰ শুকান খোলত সোন বিচাৰি বেদখলকাৰী
মৰা মাছৰ দৰে মৰ
টোপনিত মচগুল মাননীয়
সিদিনা মাছখোৱা ঘাটত নাচৰ মহানগৰী
এতিয়া ইজ্জৎতত নাক কোঁচাইছে বাওঁ-তলি বুৰাই ।
সিদিনা মাছখোৱা ঘাটত নাচৰ মহানগৰী
এতিয়া ইজ্জৎতত নাক কোঁচাইছে বাওঁ-তলি বুৰাই ।
কবি:-
ණপ্ৰশান্ত কলিতা ।
No comments:
Post a Comment