বিক্ষিপ্ত
সন্ঢালনি হোৱা
দুটি অনুভব ,
গঢ়ি উঠা সৌধ ,
উচুপি উঠে গোপনীয়তা
পৱিত্ৰতাত সংপৃক্ত ।
গঢ়ি উঠা সৌধ ,
উচুপি উঠে গোপনীয়তা
পৱিত্ৰতাত সংপৃক্ত ।
পথ এক,
এক লক্ষ্য,
হাতে হাত ধৰি দিয়া খোজ ।
গতি মানেই বিচ্ছিন্ন হাত ,
শুষ্ক এনাজৰী প্ৰতিযোগিতাৰ
এক লক্ষ্য,
হাতে হাত ধৰি দিয়া খোজ ।
গতি মানেই বিচ্ছিন্ন হাত ,
শুষ্ক এনাজৰী প্ৰতিযোগিতাৰ
যাত্ৰাৰ
পৰিসমাপ্তি,
নতুনৰ প্ৰাৰম্ভণ ।
নতুন বোৰ কোৰ্হাল,
পুৰণি কোলাহল।
নতুনৰ প্ৰাৰম্ভণ ।
নতুন বোৰ কোৰ্হাল,
পুৰণি কোলাহল।
কেনভাছত পূৰ্ণ
শিল্প ,
তুলিকাত হেৰাল কতনা ৰং ,
সংমিশ্ৰণত নিঃশেষ স্বকীয়তা ,
ইপিনে মাতাল সমাহাৰৰ গুঞ্জন ।
তুলিকাত হেৰাল কতনা ৰং ,
সংমিশ্ৰণত নিঃশেষ স্বকীয়তা ,
ইপিনে মাতাল সমাহাৰৰ গুঞ্জন ।
কবি:-
ණমনমী ভটাচাৰ্য্য ।
No comments:
Post a Comment