বিমূৰ্ত্ত
চিঞাহীৰ টোপালঃ
নীলা হৃদয় এখন মনৰ
দুখত কাইঁটীয়া গছ এজোপাৰ তলত বহি আছিল, ৰঙা সপোন এটিৰ অপেক্ষাত। কাল ধৰি অপেক্ষাৰ মূৰত কাইঁট
বগাই ৰঙা আহিল । দুয়োৱে এটাই আনটোক সাবটি ধৰিলে। দুয়ো লগ হৈ
বেঙুনীয়া হৈ পৰিল। কিন্তু এটায়ো বিচৰা নাছিল বেঙুনীয়া ৰঙ্।
আগৰ ৰং ওভটাই
পাবলৈ বেঙুনীয়াই ৰ'দত বহি অপেক্ষা কৰিলে। এনেকৈয়ে এদিন বেঙুনীয়া শুকাই গ'ল। উদং গছৰ তলত তেনেকৈয়ে নীলা-ৰঙা সপোন এটি জাহ গ'ল...!!!
কবি:-
ණজয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment