ভাল পালো
ভাল পালো
প্ৰেমেৰে গলালো শিল
প্ৰেমেৰে গলালো শিল
ভাগৰুৱা হলো
সোৱাদ ললো ঘামৰ
সোৱাদ ললো ঘামৰ
মই মোক
প্ৰদক্ষিণ কৰিছোঁ
হেপাহঁৰ চোঁ-ঘৰত
অহৰ্নিশে ৰ'দে বৰষুণে
প্ৰদক্ষিণ কৰিছোঁ
হেপাহঁৰ চোঁ-ঘৰত
অহৰ্নিশে ৰ'দে বৰষুণে
হতাশ মানে
নহয় অক্ষম সত্বা
হুতাশনে সামৰি থোৱা
অলৌকিক কিবা এটা
নহয় অক্ষম সত্বা
হুতাশনে সামৰি থোৱা
অলৌকিক কিবা এটা
সেয়ে আছোঁ
সেকি শীতল কলিজা
তোমাৰ আকণ্ঠ উত্তাপত
সেকি শীতল কলিজা
তোমাৰ আকণ্ঠ উত্তাপত
কবি:-
ණবিপুল
চন্দ্ৰ কলিতা
No comments:
Post a Comment