Thursday, 20 April 2017

কবিতা নহয়



কবিতা নহয়


কিহৰ বাধ্য
কি আছে
শাৰী পাতি শিল্পৰ বোধ
কেতিয়াবা ৰঙেৰে
কেতিয়াবা শব্দেৰে,
নাতি দুৰত এতি তৰাৰ
তৰোৱাল বুকু ভেটি
সৰি পৰা বকুলৰে
চোতালৰ অভিমানৰ অভিধান
দুটি চকুত
মোহিনী
গোলাপৰ গান !

কবি:-
ন্দন বেজবৰুৱা

No comments:

Post a Comment