Friday, 14 April 2017

"মিতভাষ"(৬২)



"মিতভাষ"(৬২)
এটি দীঘল হুমুনিয়াহৰ অন্তত মই
এটি দীঘল হুমুনিয়াহৰ অন্তত মই ---- দুখময় হাঁহিবোৰ সুখময় যেন অনুভৱ কৰিছো ৷ নিজকে অৰ্পন কৰি দিছো ---- আন্ধাৰৰ সতে কেতিয়াবা জোনাকৰ বাটে ---- মোক বাৰুকৈ আপ্লুত কৰে ---- উজাই আহিব খোজা এজাক পক্ষীৰ মাতে ...... ঘৰমুৱা আবেলিৰ বিশালতা সামৰি ---- জীৱন যৌৱনৰ বাবে ---- সেউজীয়া পাতৰ আঁৰে আঁৰে এটি দুটিকৈ মৌসৰা গীত সৰিছে ৷

বি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment