কবিতা নহয়
সম্পৰ্কত বিশ্বাস
লৈয়ে আহিম
আহিবা !
লৈয়ে আহিম
আহিবা !
পৰম্পৰা আৰু
আধুনিকতাৰে
পৰিপুষ্ট
কেনভাছবোৰ ভৰাই কবিতাৰে
পৰিপুষ্ট
কেনভাছবোৰ ভৰাই কবিতাৰে
নদীৰ পাৰত জুপুৰি
ঘৰলৈ
নামিব সুগন্ধি
উশাহত হেন্দুলীব স্বাধীনতা
নামিব সুগন্ধি
উশাহত হেন্দুলীব স্বাধীনতা
তুমি গোৱা প্ৰতিটো
গীতৰ মইতো শ্ৰোতা
আৰু মোৰ বিকৃত ছবিত
তুমি বিচাৰি পাবা জীৱন !
আৰু মোৰ বিকৃত ছবিত
তুমি বিচাৰি পাবা জীৱন !
কবি:-
ණচন্দন বেজবৰুৱা ।
No comments:
Post a Comment