Sunday, 30 April 2017

পতিব্ৰতা



পতিব্ৰতা





স্বামী হেৰোৱা
নাৰীবোৰৰো থাকে
সপোন যেন এটি
ৰাংঢালী অতীত
সপোনটো কুটি কুটি
জীয়াই ৰাখে
শেষ নোহোৱা সময়ক…………(?)

কবি:-
প্ৰশান্ত শৰ্মা

No comments:

Post a Comment