Friday, 14 April 2017

-মাত-



-মাত-
কথা বেছিকৈ কৈ থাকোঁ কাৰণেই দেউতাই গান শিকিবলৈ মোক ইয়াত ব্যস্ত কৰাই দিলে। তুমি?-গানৰ স্কুলত ছোৱালীজনীয়ে ভায়লিন বজোৱা লৰাজনক সুধিলে।
কথা কব নোৱাৰা বাবে দেউতাই মোক ইয়াত নাম লগাই দিলে।’-ভায়লিন বজোৱা লৰাজনে কাগজ এটুকুৰাত লিখি ছোৱালীজনীক দিলে।
ছোৱালীজনীৰ মাতটো সিদিনাৰ পৰাই তাৰ ভায়লিনত বান্ধ খাই গল।
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment