কবিতা নহয়
তোৰ বুকুত বহি
বজাই বাহীঁ
হিয়া জুৰি
ৰঙীন বোধ
টোপাল টোপাল কৈ
সোমালো সোণালী সোঁত
আৱৰি হেঁচি থোৱা
শুকুলা সোণ
তাত বান্ধিবি বান
ভৌতিক বাদী
বজাই বাহীঁ
হিয়া জুৰি
ৰঙীন বোধ
টোপাল টোপাল কৈ
সোমালো সোণালী সোঁত
আৱৰি হেঁচি থোৱা
শুকুলা সোণ
তাত বান্ধিবি বান
ভৌতিক বাদী
কবি:-
ණচন্দন বেজবৰুৱা ।
No comments:
Post a Comment