Saturday, 8 April 2017

দুশৰীয়া কবিতা



দুশৰীয়া কবিতা

এজাৰ জোপাৰ ছাঁত নিজকে এৰি থৈ অহাৰেপৰা
গছজোপাৰ ডালকেইটা বেগুনীয়া ফুলেৰে ভৰি পৰিছে
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment