এচেৰেঙা ৰ'দ
এচেৰেঙা ৰ'দত
সেকিছোঁ কপাল
সেকিছোঁ কপাল
দেখিছোঁ
সৰ্বত্ৰে গোপাল
চানি ধৰিছে সুগন্ধি মাটি
চানি ধৰিছে হৃদয়ৰ ভেটি
সৰ্বত্ৰে গোপাল
চানি ধৰিছে সুগন্ধি মাটি
চানি ধৰিছে হৃদয়ৰ ভেটি
কোনে পূৰাব
মোৰ বুকুৰ মনিকুট
মোৰ চকুত গোপালেই নিখুত
মোৰ বুকুৰ মনিকুট
মোৰ চকুত গোপালেই নিখুত
কবি:-
ණবিপুল চন্দ্ৰ কলিতা
No comments:
Post a Comment