অন্ধবিশ্বাস:
"শংখটোত কাণ থৈ শুন,সাগৰ এখন সোমাই আছে ।", দেউতাই যেতিয়া কৈছিল তেতিয়া সাগৰ দেখায়েই
নাছিলোঁ।
এদিন সাগৰ দেখিলোঁ
। শংখটোৰ শব্দটো কি বুজিলোঁ । ছাত্ৰ ছাত্ৰীকো পঢ়ালোঁ ।
ল'ৰাটোৱে শংখ এটা লৈ খেলি আছিল । তাৰ কাণত শংখটো লগাই ক'লো," শুনা,ইয়াত এখন সাগৰ সোমাই আছে।"
কবি:-
ණহিমাংশু ভাগৱতী ।
No comments:
Post a Comment