Friday, 14 April 2017

বিহুৱতী চৰাই এজাক



।। বিহুৱতী চৰাই এজাক ।।
মোৰ মগ্ন চেতনাত বিহুৱতী চৰাই এজাক
বুকুত উছৱৰ উল্লাস।
ওপৰলেমূৰ তুলি চালেই সাতোৰঙী আকাশ
নাঙলৰ সীৰলুত আইয়ে বৈ দিয়া সৰুসূতা গামোছাৰ সুবাস
যৌৱন উন্মাদ ৰজস্বলা বহাগ
মোৰ মগ্ন চেতনাত বিহুৱতী চৰাই এজাক
কবি:-
-উইল চিদিকুৰ ৰহমান।

No comments:

Post a Comment