Friday, 14 April 2017

কবিতা নহয়



কবিতা নহয়
 
এটি পলকতে থান বান হয়
বুকুৰ বুৰঞ্জী
ৰকেটৰ দৰেই এৰি যায়
জীৱন
সপোনৰ পথে
নে দিঠকৰ পথে
এৰি দিম
মোৰ তুলুঙা নাওঁ
কঁপাই কপাল
মৰিছিকাৰ মৰুভুমীত
যেন এটোপাল পানী.....
কবি:-
ন্দন বেজবৰুৱা

No comments:

Post a Comment