Tuesday, 4 April 2017

হাইকু (১৪) ණ অংকুৰ শইকীয়া



হাইকু (১৪)
দৃশ্যবোৰ
সেউজী গাঁও
মণি-মাধুৰী ধৰা
ৰামধেনু হৈ
----
দুপৰ বেলি
পক্ষী বসন্ত ফুল
জুৰ জেউতি
----
মেঘৰ আঁৰ
সাত বৰণীয়া ৰং
ফাগুনী মেলা
----
লগন ছৱি
তৰাফুল আকাশ
ন-জোন বাট
বি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment