Saturday, 1 April 2017

কবিতা ණযোগেশ ভটাচাৰ্য

বুকুৰ মাজেৰেও এখন নদী বৈ থাকে
অহৰহ...
নদী নহয় কিজানি
নদ হবপায়...
কেতিয়াবা অবুজন মন নিচুকাই..
আৰু কেতিয়াবা
কলিজাৰ পাৰ ভাঙি
অনুভৱৰ সেউজীয়া পথাৰ
থানবান কৰি যায় ।

কবি:-
যোগেশ ভটাচাৰ্য

No comments:

Post a Comment