Thursday, 6 April 2017

সৰু সৰু মানহুবোৰ নহোৱা হ'ল



সৰু সৰু মানহুবোৰ নহোৱা হ'

চিপ চিপকে বৈ যাৱা পানীবোৰ বান্ধি
পথাৰৰ সৰু সৰু আলিবোৰ চাটি
ধৰছিলো সৰু সৰু মাছবোৰ
ঠোহা পাতি পাতি
জাতিবাঁ‌হৰ গোৰেহিৰ খিলঙা
আপুন্টা বাঁ‌হৰ দৈ
কাঠিত শাৰী পাতি পাতি বহি
ওটা নাকাটা বৰহানৰ
উম লৈছিলো সকলোৱে
ঠোহা গুঁ‌ঠি গুঁ‌ঠি
ঘৰে ঘৰে যেন চলছিল
শীতল এখন যুঁদ্ধ
কোনে আগতে পাৰেই
ডাকবে খন্দা
সাজছিল চলিহঁ‌তে
কাগজৰ নাওঁ‌
দোঘোৰাত উটেই দেই
আমিও ৰং চাওঁ
কোনবাই খেলছিল
চোৰ পুলিছ
কোনবাই খেলছিল লাচ
চাৰমিনাৰৰ বাহাত
এক,দুই,তিনি লিখি
খেলিছিল তাছ……
'ৰেৰপুৱাতে
কাউৰ কুকুৰ নুঠোন্তে
কঁ‌কালৰ খালেইটি
উবৰি কৰি
যেতিয়া দিছিলো চোতালত
মনবোৰ ভৰি পৰছিল
সকলোৰে উলাহত
দিনবোৰ সলনি হ'
সৰু কথাত মানহুৰ
মন নবহা হ'
সৰু সৰু আলিবোৰ নোহোৱা হ'
ফাঁচ লগেই,কাটি
জোং মাৰি মাছ ধৰি
তৃপ্তি পাৱা হ'……
সঁ‌চাই, সৰু সৰু কথাৰ
আদৰ নহৱা হ'
সৰু সৰু মানহুবোৰ নহৱা হ'
কবি:-
লাশ কুমাৰ নাথ

No comments:

Post a Comment