Friday, 7 April 2017

দুশৰীয়া কবিতা



দুশৰীয়া কবিতা
----------------------
১.
সংজ্ঞাহীনতাই হয়তো জীৱনৰ প্ৰকৃত সংজ্ঞা
সংজ্ঞাহীন সকলো সৃষ্টি ধ্বংস বিচাৰ বিচৰণ ৷
২.
জীৱন্ত মৃতকবোৰৰ আত্মা ক'ত দেখিছা
ভটিয়নী সোঁতত গা এৰি দিয়া কথাটো মন কৰিছা ৷
কবি:-
চামচুল হক

No comments:

Post a Comment