হাইকু(১৬)
কুসুম-মালা
কুসুম-মালা
একেটি বাঁহী
নাহৰ পাতে সূৰ
বহাগী প্ৰাণৰ
----
চকুৰে মণি
সাদৰী কপৌ পাহি
স্বৰগী ৰূপ
----
বৰ্ষনমুখী
তগৰ ফুলনিত
মৌ-সৰা বাট
-----
পখিলী ফুলা
গোলাপৰ জেউতি
সৌৰভ-সনা
-----
সুগন্ধী সন্ধ্যা
বকুল জোনাক থুপি
সুৱাসে ভৰা
----
ৰজনী প্ৰিয়া
কেতেকী ফুলৰ ৰং
সৌন্দৰ্য্য ভৰা
নাহৰ পাতে সূৰ
বহাগী প্ৰাণৰ
----
চকুৰে মণি
সাদৰী কপৌ পাহি
স্বৰগী ৰূপ
----
বৰ্ষনমুখী
তগৰ ফুলনিত
মৌ-সৰা বাট
-----
পখিলী ফুলা
গোলাপৰ জেউতি
সৌৰভ-সনা
-----
সুগন্ধী সন্ধ্যা
বকুল জোনাক থুপি
সুৱাসে ভৰা
----
ৰজনী প্ৰিয়া
কেতেকী ফুলৰ ৰং
সৌন্দৰ্য্য ভৰা
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment