Tuesday, 16 May 2017

মই আশাবাদী:- জুলি বৰুৱা



মই আশাবাদী,,,

সীমাহীন অন্ধকাৰ
মোৰ দেশৰ আকাশ
মানুহে বুকুত শিল থৈ খোজ দিব পৰা হ'
মুখা মুখি হ'বপৰা 'ল যন্ত্ৰণাৰ
আনে দিয়া ,,,
আনক দিয়াৰ ,,,,,
দুচকুত জলমলাই নেথাকে দৰদী প্ৰাণৰ -------
দুটোপাল মুকুতা ,,,
এপাচি শাকত এটি জলকীয়াৰ দৰে
হয়তো আছে আশা ভৰা অন্তৰ
হৃদয়ৰ বৰপেৰাত প্ৰেমৰ সঞ্জীৱনী
এশাৰী মাতত
মানুহ জী উঠাৰ মন্ত্ৰ
সোণোৱালী দিনৰ স্বাক্ষৰ পোহৰৰ বাট অনাগত ।।

:- জুলি বৰুৱা 

No comments:

Post a Comment