মা
মানুহ গৰাকীয়ে
বেংকৰ চাকৰিটো ইস্তফা দিলে।খবৰটো অতি সোনকালে ঠাই খনত ৰাষ্ট্ৰ হৈ পৰিল।কোনোৱে ক'লে খেদা খালে, কোনোৱে বোলে চাকৰিটো স্হায়ী নাছিলেই,এনেই কৈছিল । আকৌ
কোনোবাই ক'লে বেংকৰ টকা খাই ধৰা পৰাত চাকৰিটো গ'ল।
মানুহগৰাকী নিমাতে থাকিল ।এৰা,নিজৰ দুবছৰীয়া ছোৱালীজনীয়ে যিদিনাই তাইক দিনটো ৰাখিবলৈ অহা বাইজনীক মা বুলি মতা শুনিলে সেইদিনাই তেওঁৰ চাকৰিৰ মোহ নাইকিয়া হৈ গ'ল।
মানুহগৰাকী নিমাতে থাকিল ।এৰা,নিজৰ দুবছৰীয়া ছোৱালীজনীয়ে যিদিনাই তাইক দিনটো ৰাখিবলৈ অহা বাইজনীক মা বুলি মতা শুনিলে সেইদিনাই তেওঁৰ চাকৰিৰ মোহ নাইকিয়া হৈ গ'ল।
কবি:-
ණৰাজীৱ শৰ্মা ।
No comments:
Post a Comment