ভাগৰুৱা হওঁ
ভাগৰুৱা হওঁ
এন্ধাাৰে যেতিয়া খেদে মোক
জোনাকে যেতিয়া ডুবায় তোক
এন্ধাাৰে যেতিয়া খেদে মোক
জোনাকে যেতিয়া ডুবায় তোক
একান্ত
নিঃশব্দতাত
ডুবি ডুবি মোৰ জীউ
নঙলা টানি আদৰোঁ সময়
চিন্ন বিচিন্ন হৈ সৰে হেঙুলায়া গোন্ধ
নিঃশব্দতাত
ডুবি ডুবি মোৰ জীউ
নঙলা টানি আদৰোঁ সময়
চিন্ন বিচিন্ন হৈ সৰে হেঙুলায়া গোন্ধ
আগৰি বাগৰি তোৰ
চকু
ভৰাই তোলেহি মোৰ বুকু
ভৰাই তোলেহি মোৰ বুকু
বাগৰ সলাই ভাগৰ
মাৰোঁ
ভাগৰ মাৰি ভাগৰ সলাওঁ
ভাগৰ মাৰি ভাগৰ সলাওঁ
এনেদৰেই
এতিয়া বছৰি পোছাক সলাও
জীয়াই থকাৰ আখৰা চলাওঁ
এতিয়া বছৰি পোছাক সলাও
জীয়াই থকাৰ আখৰা চলাওঁ
কবি:-
ණ বিপুল চন্দ্ৰ কলিতা
No comments:
Post a Comment