"মিতভাষ"(৬৪)
সেয়েহে নকবা
সেয়েহে নকবা ---- কেৱল নিজৰ হাততে আছে সুখ-দুখৰ সমস্ত সত্তা ৷ সুখ মোৰো আছে দুখ মোৰো আছে নিজাববীয়াকৈ ---- সেয়েহে নকবা.... হুমুনিয়াহ বাঢি নামি অহা সন্ধিয়াটি আপোন ---- নতুবা পূৰ্ণিমাৰ আকাশখন নিজস্ব দাপোন ৷ সেয়েহে নকবা দূৰত্ব নমনা এটি সপোনৰ খোজত ---- কি থিক সকলোতে তোমাৰ সুবিশাল প্ৰতিচ্ছবি প্ৰকাশ ন’হবও পাৰে ৷
ණ অংকুৰ শইকীয়া
No comments:
Post a Comment