Wednesday, 17 May 2017

মোৰ সপোনত তুমি :- এনি বড়া



মোৰ সপোনত তুমি

__________
মোৰ সপোনত এতিয়া তুমি_
কথক নৃত্যৰে
দেওঁধ্বনি দি নাচি উঠিছা
মোৰ সপোনৰ সোঁমাজত ৰৈ____!!
অনাদি আৱেগত
অবুজন হৈ ৰয়____মোৰ প্ৰেমৰ
অকুণ্ঠ তৃষ্ণাৰ____
সন্মিলিত___সুৰুজমুখী সোণোৱালী সপোন__!!

No comments:

Post a Comment