Tuesday, 23 May 2017

তেজস্বিনী:- স্বপ্না ভট্টাচার্য শর্মা



তেজস্বিনী
---------
আত্মাৰ গহ্বৰত
মোৰ ঈশ্বৰ
কলিজাত ৰঙা তেজ
বুকুত সত্য়ৰ আলয়
আহ্ মইযে
সুখৰ সমলয় ll

:- স্বপ্না ভট্টাচার্য শর্মা

No comments:

Post a Comment