এচাম নৰপিশাসৰ
কবলত
দেশখন এতিয়া
এচাম নৰপিশাসৰ কবলত
এচাম নৰপিশাসৰ কবলত
মন গ'লেই সিহঁতে
ভনীহঁতক
নখৰ আঁচোৰ বহুৱাই
জুখি চাই নাভিমণ্ডলৰ গভীৰতা
ভনীহঁতক
নখৰ আঁচোৰ বহুৱাই
জুখি চাই নাভিমণ্ডলৰ গভীৰতা
মন গ'লেই সিহঁতে
ভাঙি চুৰমাৰ কৰে কেঁচা টোপনিৰ সপোন
ইচ্ছাৰ অবিহনেই কাপোৰত সী দিয়ে
তেজ লগা শব্দ
ভাঙি চুৰমাৰ কৰে কেঁচা টোপনিৰ সপোন
ইচ্ছাৰ অবিহনেই কাপোৰত সী দিয়ে
তেজ লগা শব্দ
সিহঁতৰ অট্টহাস্যত
তল পৰি ৰয় আইৰ উচুপনি
তল পৰি ৰয় আইৰ উচুপনি
এচাম নৰপিশাসৰ
কবলত
মোৰ দেশৰ নাৰী
মোৰ দেশৰ নাৰী
✍ৰঞ্জন বৰ্মন
No comments:
Post a Comment