অনুভৱ
মন, হৃদয়:
'মই' সত্বাটোক নতুকৈ গঢ়াৰ সুযোগ পোৱা হয়!
'মই' সত্বাটোক নতুকৈ গঢ়াৰ সুযোগ পোৱা হয়!
আকাঙ্খা:
এখন শিলৰ হৃদয়ৰ গৰাকী হোৱাৰ৷
এখন শিলৰ হৃদয়ৰ গৰাকী হোৱাৰ৷
নিৰ্জীৱ:
য’ত মৰম-ভালপোৱা
মান-অভিমান
খং-ৰাগ জড় ৷
য’ত মৰম-ভালপোৱা
মান-অভিমান
খং-ৰাগ জড় ৷
প্ৰলাপ:
গৌতম বুদ্ধৰ পদ ধ্বনিত
শান্তি বিচাৰি পথভ্ৰষ্ট পথিক মই৷
গৌতম বুদ্ধৰ পদ ধ্বনিত
শান্তি বিচাৰি পথভ্ৰষ্ট পথিক মই৷
কবি:-
ණ ইন্দিৰা গোস্বামী ।
No comments:
Post a Comment