।।ধ্বংসস্তূপ।।
.....ණ ৰঞ্জন বর্মন
মোৰ দুহাতৰ মুঠিত
শূন্যতাৰ পথ
শূন্যতাৰ পথ
যি পথৰ শেষত কবৰ
দিছো
ভালপোৱা
ভালপোৱা
তুমি হাঁহিলে
এতিয়া
মই নাহাঁহো
মই নাহাঁহো
তুমি কান্দিলে
এতিয়া
মই নাকান্দো
মই নাকান্দো
সুখ-দুখ
হাঁহি-কান্দোন
জাৰ-জহ
একোৱেই স্পৰ্শ কৰিব নোৱাৰা
মই যুদ্ধৰ শেষৰ ধ্বংসস্তূপ
হাঁহি-কান্দোন
জাৰ-জহ
একোৱেই স্পৰ্শ কৰিব নোৱাৰা
মই যুদ্ধৰ শেষৰ ধ্বংসস্তূপ
No comments:
Post a Comment