তুমি সহস্ৰ হাত
মেলি দিছা
তুমি সহস্ৰ হাত
মেলি দিছা
এখন পথাৰ
তুমি সহস্ৰ হাত মেলি দিছা
এখন নদী
এখন পথাৰ
তুমি সহস্ৰ হাত মেলি দিছা
এখন নদী
হয়টো এখন হাতৰ নাম
জীৰণী
তুমি দুচকু মুদি দিলা
আস সপোনবোৰ তোমাৰ
আস সপোনবোৰ মোৰ
তুমি দুচকু মুদি দিলা
আস সপোনবোৰ তোমাৰ
আস সপোনবোৰ মোৰ
ক'ৰবাত এক শব্দ নিৰৱে জাহ গ'ল
এনেকৈয়ে প্ৰশ্নবোৰৰ কোনো উত্তৰ নাথাকে
ইয়ো এক যন্ত্ৰণা
এনেকৈয়ে প্ৰশ্নবোৰৰ কোনো উত্তৰ নাথাকে
ইয়ো এক যন্ত্ৰণা
সাধাৰণতে উত্তৰতকৈ
প্ৰশ্ন মোৰ বেছি প্ৰিয়
ইয়ো এক যন্ত্ৰণা
ইয়ো এক যন্ত্ৰণা
তুমি সহস্ৰ হাত মেলি
দিছা
যদিও মই বিচাৰিছো আশ্ৰয়
যদিও মই বিচাৰিছো আশ্ৰয়
No comments:
Post a Comment