Monday, 29 May 2017

অদৃষ্ট



অদৃষ্ট
.
জপংকৈ শব্দটো হৈছিলহে মাথোঁ
হুৰহুৰাই উৰি গৈছিল বগলীৰ জাকটো
নৈখনৰ পানী-যুৱলিত
চেপা পতা ঘাটটোত
...
তেতিয়ালৈকে
সাতুঁৰি আছিল মাথোঁ সূৰ্যটো
কবি:-
দিব্যজিত বানিক্য

No comments:

Post a Comment