বুদ্ধদেৱ
________________
এজন পুৰুষ
ধ্যন ধাৰনা
জীয়াই থকাৰ
শিকাই মন্ত্ৰ
মন্ত্ৰ বোৰ
এডাল বৃক্ষ
বৃক্ষৰ ডালবোৰ
দেহৰ অংগ
অংগবোৰে
বিচাৰ কৰে
পাপ পুণ্য
শাস্ত্ৰত থাকে
মহৎ কৰ্ম
মহৎ কৰ্মই
কৰে সঁচা
ধৰ্ম ৷
-:-উৎপল
মেধিধৰ্ম ৷
No comments:
Post a Comment