Monday, 1 May 2017

বাঁহী



বাঁহী
°°°°°
বেদনাবোৰ
থুপাই ৰাখ কিয়………
গৰখীয়া ওঠৰ ফু ৰে
নিজঞ্জাল দুপৰীয়াটো
"মোৰ" বুলি ক'বলে ………(?)
- প্ৰশান্ত শৰ্মা

No comments:

Post a Comment