Monday, 1 May 2017

বাঁহীණপ্ৰশান্ত শৰ্মা



বাঁহী
°°°°°
বেদনাবোৰ
থুপাই ৰাখ কিয়………
গৰখীয়া ওঠৰ ফু ৰে
নিজঞ্জাল দুপৰীয়াটো
"মোৰ" বুলি ক'বলে ………(?)
কবি:-
প্ৰশান্ত শৰ্মা

No comments:

Post a Comment