Friday, 5 May 2017

গছ দুজোপাණউত্পল মেধি



গছ দুজোপা



আমাৰ গাঁওত দুজোপা কৃষ্ণচুড়া গছ আছিল
এজোপা তিনি আলিত আৰু এজোপা
এল পি স্কুলৰ চোতালত ,
তিনি আলিৰ জোপা ৰাইজে কাতি বিক্ৰি কৰিলে , অন্ত পৰিল এটি ৰং ময়ি অধ্যায়ৰ ৷
আৰু এল পি স্কুলৰ জোপা বতাহত উভালি পৰিলে , মানুহৰ মুখেৰে শুনিছো সেই জোপাৰ বহুত বয়স হৈছে ৷
এতিয়া কথা হোল
আজি মই ৰাস্তাৰে এটি ৰোমান্তিক গান গায় গায় আগবাঢ়ি আছিলো এজন মানুহে মোৰ ফালে চাই হাহিলে আৰু কলে ! আমাৰ বুলে এতিয়া কৃষ্ণচুড়াৰ ফুল থপিয়াই ফুৰা বয়স
গতিকে থপিয়াম বুলি ভাবি গছ বিছাৰি বিছাৰি পৰিলো ভাগৰি ৷
মৰেল:- গছ নাকাটিব গছ ৰোপন কৰক ,ইয়াক সংৰক্ষন কৰক , আপোনাৰ জীৱন সংৰক্ষন হৱ
কবি:-
ত্পল মেধি

No comments:

Post a Comment