Friday, 5 May 2017

হৃদয়



বৰ অকাৰণতেই আজিকালি
চকুলো ওলাই ...
তোক হেৰুৱাৰ দুখত নহয়
মোৰ হৃদয়খন
বজাৰ হৈ যোৱাৰ দুখত...।

-- ৰেখা বৰুৱা

No comments:

Post a Comment