Wednesday, 10 May 2017

গল্ফীৰ ডায়েৰি::- মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:
গল্ফী: সৰু সৰু ল'ৰা-ছোৱালীৰ মনত কি কি যে প্ৰশ্নৰ উদয় হয়!!!
পাঁচবছৰীয়া আলফুল: উদয় মানে কিনো মাহী?
বীৰু(মিচিক কৈ হাঁহি): উদয় মানে আমাৰ গাঁৱৰ পষ্টমাষ্টাৰজনৰ নাম আকৌ!
:- মৌচুমী বৰি

No comments:

Post a Comment