অৰাজকতাত এজাক
দুখৰ বৰষুণ দিব পাৰে
এই বৰষুণ
বৰষুণৰ ৰুণ জুণ
শুনানেকি কেযিয়াবা দিনৰ এঘাৰ-
- বজাত
বুকু ভঙা শব্দ???
দুচকু ফাটি বৈ আহে স্ৰোতস্বীনীৰ
উমাল সোত,
হৰ্ঠাৎ বুকু সুদা কৰি
সম্বন্ধবোৰ নাইকীয়া হৈ যায়
বিষাদৰ ক্ষণ নাযায় নুপুৱায়
বাৰুদৰ ধোঁৱাবোৰ গাত মেৰিয়াই -
-মেৰিয়াই
আকাশ খনৰো মলিয়ন বেশ
কামিহাড়ত গাঠি থকা শোকটতৰ -
-নাই ।শেষ - -
মই ৰৈ আছো শোক সভাত
নিৰবে - নিলগে - নিঃকিন ভাবে ।।
বৰষুণৰ ৰুণ জুণ
শুনানেকি কেযিয়াবা দিনৰ এঘাৰ-
- বজাত
বুকু ভঙা শব্দ???
দুচকু ফাটি বৈ আহে স্ৰোতস্বীনীৰ
উমাল সোত,
হৰ্ঠাৎ বুকু সুদা কৰি
সম্বন্ধবোৰ নাইকীয়া হৈ যায়
বিষাদৰ ক্ষণ নাযায় নুপুৱায়
বাৰুদৰ ধোঁৱাবোৰ গাত মেৰিয়াই -
-মেৰিয়াই
আকাশ খনৰো মলিয়ন বেশ
কামিহাড়ত গাঠি থকা শোকটতৰ -
-নাই ।শেষ - -
মই ৰৈ আছো শোক সভাত
নিৰবে - নিলগে - নিঃকিন ভাবে ।।
~~জুলি বৰুৱা
No comments:
Post a Comment