গল্ফীৰ ডায়েৰি:-
ভদ্ৰ এজন তেনেই
নিমাখিত লোক৷ তেওঁ খঙত কোৱা কথাটোও শুনিবলৈ খঙত কোৱা যেন নালাগে৷ এবাৰ তেওঁ ৰিক্সা এখনত উঠি এঠাইলৈ বুলি গৈ আছিল৷
ৰিক্সাৱালাজনে বাৰে বাৰে ৰিক্সাখন ৰাস্তাৰ গাঁতত পেলাই
পেলাই নিয়াত ভদ্ৰৰ ইমান খং উঠিল যে খঙেৰে ৰিক্সাৱালাজনক ক'লে--" অ ৰিক্সাৱালা,অ ৰিক্সাৱালা গাঁতত পেলাই পেলাই ৰিক্সাখন কিয় নিছা?ভালকৈ চলোৱা নহ'লে মই তোমাক এক চৰ লগাই দিম,বুজিলা৷"
No comments:
Post a Comment