Tuesday, 3 October 2017

উক্তি ৪



মই হ'লো এনেকুৱা এজন মানুহ
যাক নিশা সাগৰলৈ দলিয়াই দিয়া হৈছিল
অকলে ওপঙি ফুৰিছিলো
পাৰ পাওঁতে তাত কোনোৱেই নাছিল
চিয়ঁৰি মাতোঁতেও কাৰো সঁহাৰি নাছিল
এইদৰেই সকলোৰে পৰা মোৰ সম্পৰ্ক চিগিছিল।
টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস '1Q84' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

🖋কিশোৰ দাস

No comments:

Post a Comment