“মিতভাষ”(৭৩)
সেয়ে চাগে গোপন
সেয়ে চাগে গোপন
সেয়ে চাগে গোপন ---- কুঁৱলী
নিশা ৷ কেৱল নিজৰ মাজতেই যাপন ---- এজাক নীলাজী স্বপ্নবিলাসৰ.... ---- বহু কথা
সোঁৱৰণি ---- নিৰস মুখখনি ---- আন্ধাৰ ভাঙি নামি অহা নিমিষতে ---- গোপন প্ৰকাশ
---- সেইয়াও অফুট মাতৰ আৱেগশূন্যতা ---- নিজম-নিৰৱ এটি এটি ক্ষণ ---- টুকুৰা-টুকুৰ
জোনাকৰ ঢৌবোৰে সমূলে অগাদেৱা কৰে ৷
ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment