পলিথিনৰ নগৰী
--------------------------
দীপালী বৰা
--------------------------
দীপালী বৰা
পলিথিনৰ নগৰীত
গৰ্ভৱতী নহয় নাৰী
গৰ্ভৱতী নহয় নাৰী
স্ফীত উদৰত মাথোঁ
বাঢ়ি আহে ভোক
বাঢ়ি আহে ভোক
কৃষ্ণই বধিব নোৱাৰে
ভোগৰ কংস
ভোগৰ কংস
জলডুবিত কক্বকাই
নিমিত্ত জীৱন
নিমিত্ত জীৱন
পানীমৰলী আঙুলিত চৰে
উন্মাদ ভ্ৰমৰী ৷
উন্মাদ ভ্ৰমৰী ৷
No comments:
Post a Comment