Tuesday, 3 October 2017

খিৰিকি মুখত বৰষুণৰ টোপালঃ


খিৰিকি মুখত বৰষুণৰ টোপালঃ
__________________________
যোৱাৰাতি এৰাতি বৰষুণ সৰিছিল।
বৰষুণৰ নোদোকা টোপাল এটা টিপকৈ শেৱালি এপাহত পৰিছিল।
মই চকু ঘুৰাই আনিলোঁ,
সেয়া বৰষাৰ শেষ নে আগমনি শীত বুজি নাপালোঁ‌।



জয়ন্ত আকাশ বৰ্মণ

No comments:

Post a Comment