Wednesday, 25 October 2017

#উক্তি ২০




কাহিনী এটিৰ আৰম্ভণি
এনেকৈয়ে--
এটি আকস্মিক ঘটনা
নিবিচৰা এক চলনা
সুখৰ পথ মাথো এটিয়েই
দুৰ্ভাগ্যৰ হে যেনি-তেনি পোখা মেলে!


টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Kafka on the Shore' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।
🖋কিশোৰ দাস

No comments:

Post a Comment