Thursday, 5 October 2017

উক্তি ৬



চকু মুদি থাকিলা বুলিয়েই
সকলো সলনি নহয়
তুমি নেদেখিলা বুলিয়েই
সকলো অদৃশ্য হৈ নাযায়
বহলকৈ দুচকু মেলি ৰাখাচোন
ভয়াতুৰে হে টোপনিয়াই থাকে!

টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Kafka on the Shore' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।
🖋কিশোৰ দাস

No comments:

Post a Comment