●ত্ৰিছ
অক্টোবৰ●
এটি বিকট শব্দত
চিটিকি পৰা মোৰ ছিন্ন ভিন্ন মঙহত
নিঃশেষ হৈ পৰিছিল
মোৰ উশাহৰ সোণোৱালী উন্মাদনা।
চিটিকি পৰা মোৰ ছিন্ন ভিন্ন মঙহত
নিঃশেষ হৈ পৰিছিল
মোৰ উশাহৰ সোণোৱালী উন্মাদনা।
জীৱনৰ আবেলি বেলা
ন মাহ দহ দিনৰ যন্ত্ৰনাত
মোৰ আইয়ে
কেঁচা মঙহতেই কৰিছে আজিও
"মই" ঘূৰি অহাৰ অলীক কল্পনা।
ন মাহ দহ দিনৰ যন্ত্ৰনাত
মোৰ আইয়ে
কেঁচা মঙহতেই কৰিছে আজিও
"মই" ঘূৰি অহাৰ অলীক কল্পনা।
অঞ্জন বৰ্মন
No comments:
Post a Comment