ভগ্ন দুটি স্তৱক
(১)
জীৱন
জীৱন
ইমানতে মোক
নিজৰ দাস কৰি কি পালা
অন্তৰ জানো দেখিলা,
সাগৰ প্ৰৱাল ঢৌ তুলি কৰি আছো অবিশ্ৰান্ত বিলাপ ৷
নিজৰ দাস কৰি কি পালা
অন্তৰ জানো দেখিলা,
সাগৰ প্ৰৱাল ঢৌ তুলি কৰি আছো অবিশ্ৰান্ত বিলাপ ৷
দুখ
যিয়েই নাথাকক কিয়
কোনোদিনে,
মোৰ কান্দোনত উচুপি নুঠিবা
বিমুখ মনে এনেও এদিন ইহলীলা সামৰিম ৷
(২)
শেষান্ত
যিয়েই নাথাকক কিয়
কোনোদিনে,
মোৰ কান্দোনত উচুপি নুঠিবা
বিমুখ মনে এনেও এদিন ইহলীলা সামৰিম ৷
(২)
শেষান্ত
ঈৰ্ষাত উটি
ভাঁহি আছা
অন্তৰ নেদেখি কাৰোৰে
কিয়...?
এনেও ভুগিবা
ঈৰ্ষাই ভুগাব ৷ এদিন তোমাক
বিৰহ-বেদনাই দগ্ধ কৰি নিব
চেতনা ঘুৰাই নাপাবা,ঈৰ্ষাৰ প্ৰলাপত ৷
অন্তৰ নেদেখি কাৰোৰে
কিয়...?
এনেও ভুগিবা
ঈৰ্ষাই ভুগাব ৷ এদিন তোমাক
বিৰহ-বেদনাই দগ্ধ কৰি নিব
চেতনা ঘুৰাই নাপাবা,ঈৰ্ষাৰ প্ৰলাপত ৷
দেখিবা
জীৱনৰ
শেষ সন্ধিয়া....
নিমিষতে
অন্তদন্দই ছাঁই কৰিছে সমগ্ৰ সত্তা ৷
জীৱনৰ
শেষ সন্ধিয়া....
নিমিষতে
অন্তদন্দই ছাঁই কৰিছে সমগ্ৰ সত্তা ৷
ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment